Saturday, 4 May 2013

ফাগুন



ফাগুন

তুমি আহিছিলা
ফাগুনৰ পছোৱা হৈ
মোৰ জীৱন ৰঙেৰে ভৰাই তুলিছিলা
ফাগুনৰ পলাশ মদাৰৰ ৰঙৰ দৰে
সেয়ে ফাগুন মোৰ প্ৰিয়
তোমাক যে প্ৰথম পাইছিলো এই ফগুনতে
জীৱন সংগীও হৈছিলো ফাগুনতে
সেয়েহে ফাগুন তুমি মোৰ অতিকে আপোন |

-মনীষা বড়া হালৈ
(মোৰ প্ৰথম কবিতা/১২-০৩-২০১৩—প্ৰথম লগ পাইছিলো তোমাক, - তোমাৰ হাতত এই প্ৰথম কবিতাটো)

No comments:

Post a Comment